jaggery rasgulla

 #khejur #gur #rasgulla
  এক লিটাৰ গাখীৰ ফটাই চানা বনালো।চানা খিনি ৰ লগত এক চামুচ cornflour মিহলাই ভালদৰে 10 মিনিট মান হাত ৰ তলুৱা দি মঠিলোঁ।তাৰ পিছত সৰু সৰু বল বনালো।এক কাপ গুৰি কৰি লোৱা খেজুৰ গুৰ 6 কাপ পানী দি চছপেন ত দিলোঁ।গুৰ গলি যোৱাত বল কেইটা দি high flame 15 মিনিট ঢাকোন লগাই ৰাখিলো।পিছত ঢাকোন আঁতৰাই আকৌ 5 মিনিট উতলাই গেছ অফ কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat