homemade paneer
#homemade #paneer with #herbs and #spices #masala
3 লিটাৰ গাখীৰ গৰম হব দিলোঁ।অলপ গৰম হোৱাৰ পিছত তাত জিৰা গুৰি আধা চামুচ,চাট মচলা গুৰি আধা চামুচ,এক চামুচ চিলি ফ্লাক্স, নিমখ অলপ কাটি লোৱা পদিনা আৰু ধনীয়া পাত অলপ দিলোঁ।লৰাই উটলি অহাত আধা কাপ ভিনেগাৰ ৰ লগত আধা কাপ পানী মিহলাই গাখীৰ ত ঢালি লৰাই দিলোঁ।গাখীৰ খিনি ফাটি যোৱাত পাতল কাপোৰ এখন ত চেকি ঠাণ্ডা পানী ত অলপ ডুবাই ৰাখিলো।পিছত পানী চেপি লৈ টোপোলা টোৰ ওপৰত ষ্টীল ৰ কাঁহী এখন ৰাখি এটা ওজন বস্তু ৰাখিলো।এক ঘণ্টা মান তেনেকৈ ৰাখি পিছত কাটি ললোঁ।
Comments
Post a Comment