halwa

#pumpkin #halwa
  ৰুকি লোৱা ৰঙা লাও দুই কাপ আধা কাপ ঘি ত ভালদৰে ভাজিলোঁ।ৰঙালাও দিয়া ৰ আগত অলপ কাজু আগতে ভাজি ললোঁ।ঢাকোন লগাই লগাই কম জুইত লাও খিনি ভালদৰে ভাজিলোঁ।তাৰ পিছত চেনী দিলোঁ।চেনী গলি যোৱাত ইলাচি গুৰি আৰু পাউদাৰ গাখীৰ অলপ শুকানে দিলোঁ।লৰাই লৰাই ভাজি শুকাই অহাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat