gur kalakand

#jaggery #kalakand
  দুই লিটাৰ গাখীৰ ফটাই চানা বনালো।পিছত ভালদৰে হাতেৰে মথি ললোঁ।পেন ত চানা খিনি দিলোঁ।অলপ পিছত জোখমতে খেজুৰ গুৰ অলপ দিলোঁ।লৰাই লৰাই ভাজি শুকাব দিলোঁ।দুই চামুচ ঘি দিলোঁ।একেবাৰে পানী নোহোৱা হোৱাত গেছ অফ কৰিলোঁ।অলপ ঠাণ্ডা হোৱাত মিক্সিত দি অলপ মিহি কৰি ললোঁ।ঘি লগোৱা ত্ৰে ত ঢালি লৈ সমান কৰিলোঁ।2 ঘণ্টা মান পিছত কাটি ললোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat