#eggless #custerd #cake
এক কাপ কুমহীয়া গাখীৰ ত আধা কাপ কাষ্টাৰ্ড পাউদাৰ মিহলাই ৰাখিলো।ডেৰ কাপ ময়দা,এক কাপ পাউদাৰ চেনী,ডেৰ চামুচ বেকিং পাউদাৰ,আধা চামুচ চডা মিহলাই ললোঁ।তাৰ পিছত 3/4 কাপ ৰিফাইন আৰু কাষ্টাৰ্ড গাখীৰ খিনি দি আটাইখিনি ভালদৰে মিহলাই বেকিং বৌল ত দি কেৰাহীত কেক তো বেক কৰিলোঁ।পিছত ঠাণ্ডা হোৱাত icing কৰিলোঁ।
Comments
Post a Comment