egg less muffin

 #eggless #atta #banana #muffin
  তিনিটা মালভোগ কল কাটা চামুচ দি পিটিকি ললোঁ।ডেৰ কাপ আটা এক চামুচ বেকিং পাউদাৰ ১/৪ চামুচ চডা,1/4 কাপ (sugerlite) চেনী গুৰি,3/4 কাপ ৰিফাইন,পিটিকি লোৱা কল আৰু এক কাপ ৰ বেছি গাখীৰ মিহলাই পেষ্ট টো বনালো।পিছত মাফিন কাপ ত দি ওপৰত চকলেট চিপছ দি কেৰাহীত বেক কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat