egg less mango cake

 #eggless #mango #cake
  ডেৰ কাপ ময়দা,আধা কাপ পাউদাৰ চেনী,1/4 চামুচ চডা,এক চামুচ বেকিং পাউদাৰ ভালদৰে মিহলাই পিছত 3/4 কাপ ৰিফাইন,আধা কাপ দৈ,আধা কাপ পকা আম ৰ পেষ্ট আৰু আধা কাপ গাখীৰ মিহলাই মিশ্ৰণ তো বনালো।তাৰ পিছত কেৰাহীত দি কেক টো বেক কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat