#eggless #hotmilk #cake
এক কাপ গৰম গাখীৰ ত আধা কাপ বাটাৰ দি অলপ সময় ৰাখিলো।ডেৰ কাপ ময়দা,3/4 কাপ গুৰি চেনি,এক চামুচ বেকিং পাউদাৰ,1/4 চামুচ চডা ভালদৰে মিহলাই ললোঁ।পিছত দৈ আধা কাপ আৰু বাটাৰ গাখীৰ খিনি দি ভালদৰে মিহলাই লৈ বেকিং বৌল ত দি কেৰাহীত 50 মিনিট ৰ বাবে বেক কৰিলোঁ।
Comments
Post a Comment