drum stick leaf paratha

  চজিনা পাত দি বনোৱা পৰাঠা।দুই কাপ আটা ৰ লগত নিমখ,অকন মান ৰুকি লোৱা আদা,আজৱান আৰু ৰিফাইন মিহলাই ললোঁ।পিছত এক কাপ চজিনা পাত দি ভালদৰে মিহলাই অলপ অলপ কৈ পানী দি মাৰি ললোঁ।পিছত বল বনাই বেলি ঘি দি সেকিলো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat