dhokla

 #moong #dal #dhokla 
   Urad dal 4 ঘন্টা মান পানী ত তিয়াই পিছত আদা আৰু জলকীয়া দি মিক্সিত পিচি ললোঁ।পিছত অকণমান cornflour নিমখ হালধি কেঁচা জলকীয়া ধনীয়া পাত পিয়াজ দি ভালদৰে মিহলাই তেল ভাজি পকৰা বনালো।
   মুগ ডাইল 4 ঘণ্টা মান তিয়াই ৰাখি পিছত আদা আৰু কেঁচা জলকীয়া দি মিক্সিত মিহি কৈ পিচি ললোঁ।পিছত নিমখ হালধি জলকীয়া গুৰি চডা আৰু অলপ নেমু ৰস দি খুব ভালদৰে ফেটি ললোঁ।এটা পাত্ৰত ৰিফাইন মচি লৈ মিশ্ৰণ খিনি ঢালি দিলোঁ।পিছত কেৰাহীত পানী দি পাত্ৰ টো বহাই medum flame ত 25 মিনিট মান steam কৰিলোঁ।ধকলা ৰেডি।
  পেন ত ৰিফাইন গৰম কৰি সৰিয়হ, হিং,কেঁচা জলকীয়া আৰু নৰসিংহ পাত দিলোঁ।তাৰ পিছত তাত এক কাপ পানী দি অলপ চেনী আৰু নেমু ৰস দিলোঁ।পিছত চেনী গলি যোৱাত নমাই ধকলা ৰ ওপৰত অলপ অলপ কৈ ঢালি দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat