cookies

#salted #poha #cookies
  এক কাপ পাতল চিৰা শুকানে মিক্সিত মিহি কৈ গুৰি কৰি ললোঁ।তাৰ লগত এক কাপ আটা, আধা কাপ cornflour আৰু আধা চামুচৰ কম চডা ভালদৰে মিহলাই ললোঁ।পিছত তাত এক চামুচ ভেনিলা এচেঞ্চ,দুই চামুচ roasted বগা তিল আৰু ডেৰ কাপ বাটাৰ দি ভালদৰে মিহলাই আটা মৰা ৰ দৰে মাৰি ললোঁ।পিছত বেকিং ট্ৰে ত দি 180 ° ত preheat কৰি 25 মিনিট ৰ বাবে বেক কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat