#কঁচুপাত ৰ #চাটনি
কেইটামান কচু পাত ধুই কাটি লৈ নহৰু জলকীয়া জীৰা আৰু সৰিয়হ দি মিক্সিত মিহি কৈ পিছি পেষ্ট বনালো।পিছত কেৰাহীত মিঠাতেল দি কচু পেষ্ট খিনি দিলোঁ।নিমখ আৰু এক চিকুত চেনি দিলোঁ।লৰাই লৰাই ভাজি পানী ৰ ভাব টু নাইকিয়া হৈ শুকাই অহাত নমাই অলপ কেঁচা মিঠা তেল মিহলাই দিলোঁ।
Comments
Post a Comment