cheese cup cake
#nobake #cheese #cupcake
এক পেকেট বাৰবন বিস্কুইট মিক্সিত গুৰি কৰি ললোঁ।তাৰ লগত অলপ গলাই লোৱা বাটাৰ মিহলাই ললোঁ।কাগজ ৰ কাপ ত এইখিনি চামুচ ৰে দি অলপ চামুচ ৰেই অলপ হেঁচি দিলোঁ।কাপ কেইটা 1 ঘণ্টা ৰ বাবে ফ্ৰীজ ত ৰাখিলো।তাৰ পিছত cheese ক্ৰীম ৰ অলপ ৰ লগত white chocolate গলাই আৰু আমূল fresh cream অলপ মিলাই লৈ কাপ কেইটা ত দিলোঁ।তাৰ পিছত dark chocolTe গলাই ক্ৰীম ৰ লগত মিলাই আকৌ কাপ ত দিলোঁ।তাৰ পিছত 5 ঘন্টা মান ৰ বাবে ফ্ৰীজ ত ৰাখিলো।হৈ গল নোবেক চিজ কাপ কেক।
Comments
Post a Comment