cake
#eggless #lemon #cake
ডেৰ কাপ ময়দা,এক কাপ গুৰি চেনী,1/4 চামুচ চডা,এক চামুচ বেকিং পাউদাৰ,এক চিকুত নিমখ একেলগে মিলাই পিছত তাৰ লগত 3 /4 কাপ ৰিফাইন,1/4 কাপ নেমু ৰস,এক ফুট হালধীয়া ফুড কালৰ,এক চামুচ ৰুকি লোৱা নেমু ৰ বাকলি ৰ ওপৰৰ ভাগ,এক কাপ দৈ মিহলাই ললোঁ।প্ৰয়োজন হোৱাত অকণমান গাখীৰ মিহলাই ভালদৰে ফেটি লৈ বেকিং বৌল ত দি কেৰাহীত বেক কৰিলোঁ।
Comments
Post a Comment