bread toast

 #cheese #bread #egg #butter #garlic #bread
  ব্ৰেড slice ৰ মাজ খিনি গ্লাছ দি অলপ বহুৱাই দি মাজত কণী এটা ভাঙি দিলোঁ।মাজত অলপ জালুক ৰ গুৰি আৰু চাৰিওফালে cheese ৰুকি দি পিছত 10 মিনিট ৰ বাবে microven ত বেক কৰিলোঁ।
  Normal temperature ত থকা বাটাৰ ৰুকি লোৱা নহৰু আৰু ধনীয়া পাত কাটি লৈ মিলাই ললোঁ।পিছত ব্ৰেড ত এইখিনি লগাই টাৱা ত সেকি ললোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat