#ভাপ ত দিয়া #পিঠা
দুই কাপ জহা চাউল ৰ গুৰি,এক চামুচ বেকিং পাউদাৰ,এক চিকুত নিমখ,আধা কাপ গলাই লোৱা খেজুৰ গুৰ,এক কাপ পকা আম ৰ পেষ্ট একেলগে ভালদৰে মিলাই আধা ঘন্টা মান ৰাখিলো।পিছত ষ্টীল ৰ বাতি ত ঘি মচি লৈ অলপ মিশ্ৰণ টো দিলোঁ।তাৰ পিছত কেৰাহীত পানী দি বাতি কেইটা দি steam কৰিলোঁ।
Comments
Post a Comment