Assamese pani pitha
#চিজ #দিয়া #পানীপিঠা
2 কাপ জহা চাউল ৰ গুৰি ৰ লগত বীট আৰু আদা ৰস,নিমখ আৰু পানী মিহলাই পাতল ঘোল বনালো।তাত একেলগে অলপ ৰিফাইন মিহলি কৰি দিলোঁ।পিছত ননষ্টিক টাৱা গৰম কৰি এখন এখন কৈ পিঠা কেইটা বনালো।পিছত চিজ ক্ৰীম ৰ লগত আমূল fresh cream অলপ দি মিক্সিত ফেটি ললোঁ।এখন পিঠা ৰ ওপৰত ফেটি লোৱা ক্ৰীম অলপ লেটীয়াই দি ওপৰত ধনীয়া পাত কাটি ছটিয়াই দিলোঁ।এনেকৈ এখনৰ ওপৰত আন খন পিঠা ৰাখি পিছত কাটি লৈ পৰিবেশন কৰিলোঁ।
Comments
Post a Comment