Assamese pani pitha

চাউল ৰ গুৰি ৰ লগত নিমখ,পালেং শাক ৰ পেষ্ট, আজৱান গুৰি আৰু পানী মিহলাই পাতল ঘোল এটা বনালো।তাত ৰিফাইন অলপ দিলোঁ।পিছত  সৰু কেৰাহীত তেল মচি লৈ কেৰাহীত সৰু সৰু কৈ পিঠা কেইটা বনালো।লগতে চুজি ইডলি আছিল দুটা মান।তাকেই ৰিফাইন ত ভাজি ললোঁ।হৈ গল  মিনি পানী পিঠা।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat