Assamese pani pitha Get link Facebook X Pinterest Email Other Apps May 13, 2020 #পানীপিঠা এক কাপ জহা চাউল পানী ত 3 ঘণ্টা মান তিয়াই ৰাখি পিছত বীট অলপ কাটি লৈ মিক্সিত মিহিকৈ পেষ্ট বনালো।নিমখ অলপ ৰিফাইন আৰু পানী দি দি পাতল ঘোল বনালো।পিছত টাৱা ত ৰিফাইন অলপ মচি লৈ পিঠা কেইটা এটা এটা কৈ বনালো। Get link Facebook X Pinterest Email Other Apps Comments
dry fruits malpoa suji halwa May 13, 2020 #dryfruits #malpoa #suji #halwa দুই কাপ ময়দা,এক চিকুত নিমখ,চেনী,চফ গুটি অলপ,কাটি লোৱা কাজু ,কিছমিছ, পিছটা , শুকান নাৰিকল এক কাপ আৰু বেকিং পাউদাৰ এক চামুচ ৰ কম দি ভালদৰে মিহলাই পিছত গাখীৰ দি পাতল ঘোল এটা বনাই 15 মিনিট মান ৰাখিলো।তাৰ পিছত কেৰাহীত ঘি গৰম কৰি এটা এটা কৈ মচলপোৱা কেইটা বনালো। আধা কাপ ঘি গৰম কৰি এক কাপ চুজি দি ভালদৰে ভাজিলোঁ।তাত কাজু অলপ দিলোঁ।ভালকৈ ভজা হোৱাত বীট ৰ ৰস ৰ সৈতে দুই কাপ পানী দিলোঁ।লৰাই লৰাই পানী শুকাই অহাত চেনী আধা কাপ দিলোঁ।লৰাই লৰাই আকৌ চেনী গলি শুকান হৈ অহাত নমাই ত্ৰে এখন ত ৰাখিলো।ঠাণ্ডা হোৱাত কাটি ললোঁ। Read more
poori May 27, 2020 #pumpkin #poori এক কাপ সৰু টুকুৰা কৰি লোৱা ৰঙালাও অলপ সিজাই ললোঁ।পিছত তাত কাটি লোৱা ধনীয়া পাত chilli flakes আৰু জিৰা দি পিটিকি ললোঁ।ডেৰ কাপ আটা ৰ লগত নিমখ,অলপ ৰিফাইন আৰু ৰঙালাও পিটিকা খিনি দি ভালদৰে মাৰি ললোঁ।তাৰ পিছত বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ। Read more
lunch plat May 27, 2020 ১/উৰাদ ডাল পুৰি ২/বুট ৰ ডাইল ৩/কাশ্মিৰী দম আলু ৪/পদিনা চাটনি ৫/বিলাহী ৰ টক ৬/পনীৰ ফ্ৰাই ৭/দৈ মিঠাই Read more
Comments
Post a Comment