Assamese jolpan

 #বৰাচাউলৰ #ৰোল
   মটৰ সিজাই ললো।পিছত কেৰাহীত তেল দি গোটা জিৰা দিলোঁ।পিছত মটৰ ৰুকি লোৱা আদা জলকীয়া দি ভাজিলোঁ।তাত নিমখ আৰু pav vaji মছলা গুৰি আৰু অলপ পনীৰ কাটি দিলো।ভজা হোৱাত নমাই থলোঁ।চাউল খিনি ৰাতিয়ে হালধি পানী ত তিয়াই থৈছিলোঁ।পিছত কেৰাহীত ঘি অলপ দি চাউল খিনি ভাজিলোঁ।নিমখ অলপ দিলোঁ।অলপ পিছত ছটিয়াই ছটিয়াই পানী দিলোঁ।ঢাকোন লগাই সিজালোঁ।পিছত নমাই foil paper ত সমান কে দি মটৰ সোমাই দি পকাই ৰোল বনালো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat